ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ লেৰেলা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

লেৰেলা   ক্ৰিয়া

ಅರ್ಥ : অধিক ৰʼদ, সাৰ আদিৰ বাবে উদ্ভিদ মৰি যোৱা

ಉದಾಹರಣೆ : পানীৰ অভাৱত গোটেই শস্যখিনি ্জঁই পৰিল

ಸಮಾನಾರ್ಥಕ : জঁই ্পৰা, শুকাই যোৱা

লেৰেলা   বিশেষণ

ಅರ್ಥ : যি নিশকতীয়া আৰু পাতল শৰীৰৰ

ಉದಾಹರಣೆ : দৌৰ প্রতিযোগিতাত এজন খীণ লʼৰাই পদক লাভ কৰিলে

ಸಮಾನಾರ್ಥಕ : কৃশ, কেটেঙা, ক্ষীণ, ক্ষীণকায়, খীণ, খীণ-মিন, পিলপিলীয়া, লিকলিকীয়া, শী্র্ণ

ಅರ್ಥ : যাৰ সতেজতা নোহোৱা হৈছে

ಉದಾಹರಣೆ : গৰমত লেৰেলা গছ-গছনিবোৰ বৰষুণ পৰোতেই সেউজীয়া হৈ পৰিল

ಅರ್ಥ : যি শুকাবলৈ ধৰিছে

ಉದಾಹರಣೆ : লেৰেলি যোৱা গছবোৰত পানী ঢালি দিয়া

ಸಮಾನಾರ್ಥಕ : লেৰেলি যোৱা