ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : পোহৰ কৰিবলৈ তেল আৰু শলিতা দি জ্বলোৱাৰ বাবে ব্যৱহাৰ কৰা পাত্র
ಉದಾಹರಣೆ : গধূলি হোৱাৰ লগে-লগেই গাঁৱত চাকি জ্বলে
ಸಮಾನಾರ್ಥಕ : চাকি, চাকি-বন্তি, চেৰাগ, দীপ, দীপক, দীপিকা, প্রদীপ, বন্তি, বাতি, লেম
ಅರ್ಥ : এক প্রকাৰৰ পোহৰ দিব পৰা আহিলা
ಉದಾಹರಣೆ : লেম্পটো নুমুৱাৰ লগে লগে কোঠাটো আন্ধাৰ হৈ পৰিল
ಸಮಾನಾರ್ಥಕ : লেম
ಸ್ಥಾಪನೆ