ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ লেপন ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

লেপন   বিশেষ্য

ಅರ್ಥ : কোনো বস্তুৰ গাঢ় আঠালেটীয়া ৰূপ

ಉದಾಹರಣೆ : তেওঁ বেৰত ্মাটিৰ লেও লগাই আছিল

ಸಮಾನಾರ್ಥಕ : পেষ্ট, লেও

ಅರ್ಥ : লিপা কার্য ্বা ভাব

ಉದಾಹರಣೆ : শস্য থোৱাৰ আগতে ভঁ্ৰালৰ লেপন কৰা হয়

ಅರ್ಥ : লেওৰ দৰে কোনো বস্তুক কোনো তল বা পৃষ্ঠৰ ওপৰত লগোৱা

ಉದಾಹರಣೆ : বেৰৰ লেপন শেষ হৈ গৈছে

ಸಮಾನಾರ್ಥಕ : অনুলেপন, প্লাষ্টাৰ

ಅರ್ಥ : প্ৰলেপিত কৰা কাৰ্য

ಉದಾಹರಣೆ : ঘৰটোৰ প্ৰলেপ লগোৱা হৈছে

ಸಮಾನಾರ್ಥಕ : প্ৰলেপ

ಅರ್ಥ : ঘা আদিৰ ওপৰত লগোৱা ঔষধৰ লেপন

ಉದಾಹರಣೆ : তেওঁ ্ঘা-ডোখৰত ঔষধৰ লেপন লগাই আছে

ಸಮಾನಾರ್ಥಕ : লেপ

ಅರ್ಥ : কোনো বস্তুৰ পৃষ্ঠ ভাগত অন্য কোনো বস্তু সনা কার্য

ಉದಾಹರಣೆ : কুমাৰে টেকেলিটোত মাটিৰ প্রলেপ লগাই আছে

ಸಮಾನಾರ್ಥಕ : প্রলেপ, লেও