ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ লেতেৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

লেতেৰা   বিশেষ্য

ಅರ್ಥ : কোনো বস্তুৰ পৰা ওলোৱা বা তাৰ ওপৰত জমা হোৱা তৰপ বা ধূলি

ಉದಾಹರಣೆ : কাপোৰৰ পৰা ময়লা গুচাবলৈ হʼলে চাবোনেৰে ধুব লাগে

ಸಮಾನಾರ್ಥಕ : মল, ময়লা

লেতেৰা   বিশেষণ

ಅರ್ಥ : যাৰ চাল-চলন বা ঢং, স্বভাৱ আদি ভাল নহয়

ಉದಾಹರಣೆ : বেয়া লʼৰা-ছোৱালীৰ লগত নেখেলিবা

ಸಮಾನಾರ್ಥಕ : বেয়া

ಅರ್ಥ : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়

ಉದಾಹರಣೆ : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে

ಸಮಾನಾರ್ಥಕ : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, অপৰিষ্কৃত, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, ঘোলা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা-পেতেৰা

ಅರ್ಥ : যিটোৰ শোধন কৰা হোৱা নাই

ಉದಾಹರಣೆ : অশোধিত পানী স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক

ಸಮಾನಾರ್ಥಕ : অপৰিষ্কৃত, অশুদ্ধ, অশোধিত, অসংশোধিত