ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ লেঙেৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

লেঙেৰা   বিশেষ্য

ಅರ್ಥ : খোৰাই খোৰাই খোজকঢ়া অৱস্থা

ಉದಾಹರಣೆ : আপোনাৰ লেঙেৰাই থকাৰ কাৰণ কি ?

ಸಮಾನಾರ್ಥಕ : পেঙ্গুচিয়া, লেকেচিয়া

ಅರ್ಥ : যি ব্যক্তিৰ এটা ভৰি অকামিলা হৈ গʼল বা ভাগি গʼল

ಉದಾಹರಣೆ : লেঙেৰাজনে পেঙৰ সহায়ত খোজ কাঢ়িবলৈ চেষ্টা কৰি আছে

ಸಮಾನಾರ್ಥಕ : খোৰা, পেঙুৰা

ಅರ್ಥ : যিজনৰ হাত বা ভৰিত বিকৃতি আছে

ಉದಾಹರಣೆ : চার্কাছত লেঙেৰাৰ খেলা দেখি ্দর্শক আচৰিত হৈছিল

ಸಮಾನಾರ್ಥಕ : লেঙ্গেৰা

লেঙেৰা   বিশেষণ

ಅರ್ಥ : যাৰ এটা ভৰি ভাগিলে বা অকর্মন্য হৈ পৰিলে

ಉದಾಹರಣೆ : লেঙেৰা ব্যক্তিজনে পেং লৈ খোজকাঢ়িবলৈ চেষ্টা কৰি আছে

ಸಮಾನಾರ್ಥಕ : খোৰা

ಅರ್ಥ : যি ভৰিত কোনো ধৰণৰ কষ্ট, দোষ বা বিকাৰ থকা বাবে বেকাকৈ খোজ কাঢ়ে

ಉದಾಹರಣೆ : লেঙেৰা ৰোগীজন অলপ দূৰ খোজকাঢ়ি বহি দিলে

ಅರ್ಥ : যাৰ এটা ভৰি ভাঙিল

ಉದಾಹರಣೆ : লেঙেৰাজন চকীত বহোঁতেই সৰি পৰিল