ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বিষয়ৰ ওপৰত লিখি প্রকাশ কৰা বস্তু
ಉದಾಹರಣೆ : তেওঁৰ শিক্ষাহীনতাৰ ওপৰত লিখা লেখাটো আজিৰ বাতৰি কাকতত প্রকাশ পাইছে
ಸಮಾನಾರ್ಥಕ : লিখনি, লেখা
ಅರ್ಥ : লিখা বস্তু
ಉದಾಹರಣೆ : তেওঁ ্সাহিত্যিকৰ লেখনি পঢ়ি ভাল পায়
ಸಮಾನಾರ್ಥಕ : লিখনি
ಅರ್ಥ : কাঠ, ইকৰা আদিৰে তৈয়াৰ কৰা কোনো লেখন উপকৰণ যাক চিয়াহীত ডুবাই-ডুবাই লিখা হয়
ಉದಾಹರಣೆ : ছাত্রই ইকৰাৰ কলমেৰে লিখি আছে
ಸಮಾನಾರ್ಥಕ : কলম
ಸ್ಥಾಪನೆ