ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : লিপা, মচা বা ঘঁহ্া বস্তু
ಉದಾಹರಣೆ : মায়ে মাটিৰ বেৰখন গোবৰ আৰু মাটিৰ লেওৰে লিপি আছে
ಸಮಾನಾರ್ಥಕ : খচা-মাটি
ಅರ್ಥ : কোনো বস্তুৰ গাঢ় আঠালেটীয়া ৰূপ
ಉದಾಹರಣೆ : তেওঁ বেৰত ্মাটিৰ লেও লগাই আছিল
ಸಮಾನಾರ್ಥಕ : পেষ্ট, লেপন
ಅರ್ಥ : কোনো বস্তুৰ পৃষ্ঠ ভাগত অন্য কোনো বস্তু সনা কার্য
ಉದಾಹರಣೆ : কুমাৰে টেকেলিটোত মাটিৰ প্রলেপ লগাই আছে
ಸಮಾನಾರ್ಥಕ : প্রলেপ, লেপন
ಸ್ಥಾಪನೆ