ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ লুটা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

লুটা   বিশেষ্য

ಅರ್ಥ : লুটপাত কৰা কার্য ্বা ভাব

ಉದಾಹರಣೆ : ডকাইতে মহাজনৰ ঘৰ লুটাৰ পিছত আৰামত গুচি গʼল

লুটা   ক্ৰিয়া

ಅರ್ಥ : অনুচিতভাৱে লোৱা

ಉದಾಹರಣೆ : আজিকালি লʼৰা-ছোৱালীৰ প্রৱেশৰ কাৰণে বৰঙণিৰ নামত শিক্ষা সংস্থা সমূহে লুটিছে

ಅರ್ಥ : বহুত দাম লোৱা

ಉದಾಹರಣೆ : আজিকালিৰ দোকানীয়ে গ্রাহকক প্রায়েই ঠগে

ಸಮಾನಾರ್ಥಕ : ঠগা

ಅರ್ಥ : কাৰোবাক অত্যধিক খৰচ কৰোৱা

ಉದಾಹರಣೆ : সুনীলে নতুন চাকৰি পোৱাৰ খবৰটো পোৱাৰ পিছত লগৰীয়াসকলে অভ্যর্থ্্নাৰ নামত ্তেওঁক খুউব লুটিলে

ಅರ್ಥ : ডকা-হকা দি বা বলপূর্বক্্ভাৱে কোনো বস্তু লৈ যোৱা কার্য

ಉದಾಹರಣೆ : আমাৰ চহৰত এজন মহাজনক লুটিলে

ಸಮಾನಾರ್ಥಕ : লুটপাত কৰা