ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ লাভ কৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

লাভ কৰা   ক্ৰিয়া

ಅರ್ಥ : কোনো কামত লগাতকৈ বেছি উপার্জন ্কৰা

ಉದಾಹರಣೆ : তেওঁ ফলমূলৰ ব্যৱসায়ৰ যোগেদি বহুত লাভ কৰিছে

ಸಮಾನಾರ್ಥಕ : লাভ অর্জন ্কৰা, লাভান্বিত হোৱা

ಅರ್ಥ : কোনা প্রতিযোগিতা, পৰীক্ষা আদিত কোনো মূল্যাঙ্কন, স্থান আদি লাভ কৰা

ಉದಾಹರಣೆ : এই খেলত মই প্রথম স্থান লাভ কৰিলোঁ

ಸಮಾನಾರ್ಥಕ : পোৱা

ಅರ್ಥ : কোনো প্রকাৰে নিজৰ অধিকাৰলৈ অহা

ಉದಾಹರಣೆ : মই ৰামৰ পৰা এশ টকা পালোঁ

ಸಮಾನಾರ್ಥಕ : পোৱা

ಅರ್ಥ : কোনোবাই পঠোৱা বা কʼৰবাৰ পৰা অহা কোনো বস্তু প্রাপ্তি

ಉದಾಹರಣೆ : তিনি সপ্তাহ আগতেই পঠোৱা চিঠিখন মোৰ ওচৰ এতিয়াও পোৱাহি নাই

ಸಮಾನಾರ್ಥಕ : আহি পোৱা, পোৱা

ಅರ್ಥ : নিজৰ অধিকাৰ সাব্যস্ত কৰা

ಉದಾಹರಣೆ : অশোকে কলিংগত জয় লাভ কৰিছিল

ಸಮಾನಾರ್ಥಕ : পোৱা, প্রাপ্ত কৰা

ಅರ್ಥ : প্রাপ্ত হোৱা বা পোৱা কার্য

ಉದಾಹರಣೆ : তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই মই বহুত ধন লাভ কৰিলো

ಸಮಾನಾರ್ಥಕ : পোৱা, প্রাপ্তি ঘটা

ಅರ್ಥ : পায় যোৱা

ಉದಾಹರಣೆ : এই কাম কৰি মই অত্যাধিক প্রসন্নতা পালো

ಸಮಾನಾರ್ಥಕ : পোৱা