ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ লাগি ধৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

লাগি ধৰা   ক্ৰিয়া

ಅರ್ಥ : আঠাজাতীয় বস্তুৰ সৈতে কোনো দুটা বস্তু পৰস্পৰ লগলাগি যোৱা

ಉದಾಹರಣೆ : কাগজখন কাঠডালত লাগি ধৰিল

ಸಮಾನಾರ್ಥಕ : আঁট ্খোৱা

ಅರ್ಥ : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা

ಉದಾಹರಣೆ : মোৰ ডিঙিটো টানি ধৰিছে

ಸಮಾನಾರ್ಥಕ : টানি ধৰা, পাক খোৱা, মোচোকা খোৱা

ಅರ್ಥ : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা

ಉದಾಹರಣೆ : শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল

ಸಮಾನಾರ್ಥಕ : আঠা লগা, লগ লগা, লিপিট খোৱা, সাবটি ধৰা

লাগি ধৰা   বিশেষণ

ಅರ್ಥ : যি ওলমি পৰিছে

ಉದಾಹರಣೆ : দীপকে গছত লাগি ধৰা চিলাখন এৰোৱাই আছে

ಸಮಾನಾರ್ಥಕ : ওলমি থকা, ফাঁচ লগা