ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কার্য আদিত ৰত হোৱা
ಉದಾಹರಣೆ : ৰত্নাই দিনটো মিঠাই বনোৱাত লাগি আছে
ಸಮಾನಾರ್ಥಕ : ব্যস্ত হোৱা, লগা
ಅರ್ಥ : কোনো কাম আদিত ভালদৰে নিমগ্ন হোৱা
ಉದಾಹರಣೆ : তুমি নিজৰ কাম কৰা, সফলতা নিশ্চয় এদিন আহিব
ಸಮಾನಾರ್ಥಕ : কৰা
ಅರ್ಥ : কামত লিপ্ত হোৱা
ಉದಾಹರಣೆ : মই দিনটো এই প্রশ্নটোতে লাগি থাকিলো
ಸ್ಥಾಪನೆ