ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি লিপিত লাও ভাষা লিখা হয়
ಉದಾಹರಣೆ : লাওৰ মুদ্রণ স্পষ্ট হোৱা নাই
ಸಮಾನಾರ್ಥಕ : লাও লিপি
ಅರ್ಥ : থাইলেণ্ড তথা লাওচ দেশৰ মেকং নদীৰ পাৰত বসতি কৰা বৌদ্ধ লোকৰ ভাষা
ಉದಾಹರಣೆ : বৌদ্ধ ভিক্ষুকসকলে লাওত কিবা কথা কৈ আছে
ಸಮಾನಾರ್ಥಕ : লাও ভাষা, লাও-ভাষা
ಅರ್ಥ : লাও ভাষাৰ সৈতে সম্বন্ধ থকা বা লাও ভাষাৰ
ಉದಾಹರಣೆ : লাও গ্রন্থবোৰৰ পৰা তেওঁ বুদ্ধৰ বিষয়ত অধিক জ্ঞান আহৰণ কৰিবৰ কাৰণে প্রচেষ্টা চলাই আছে
ಅರ್ಥ : লাওচৰ সৈতে সম্বন্ধ থকা বা লাওচৰ
ಉದಾಹರಣೆ : সঞ্জনাই লাও সংস্কৃতি বৰ ভাল পায়
ಸಮಾನಾರ್ಥಕ : লাওচিয়ান
ಸ್ಥಾಪನೆ