ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : প্রাকৃতিক অথবা কৃত্রিম কাৰণত উৎপন্ন হোৱা কোনো বস্তুৰ লহৰ যি কোনো শৰীৰ বা বাতাৱৰণত প্রৱাহিত হৈ থাকে
ಉದಾಹರಣೆ : বিদ্যুততো তৰঙ্গ থাকে
ಸಮಾನಾರ್ಥಕ : ঢৌ, তৰংগ, তৰঙ্গ
ಅರ್ಥ : শৰীৰত কোনো মনোবেগ উঠা কার্য
ಉದಾಹರಣೆ : জনতাৰ মাজত নেতাৰ প্রতি ক্রোধৰ লহৰ আছে
ಅರ್ಥ : হঠাৎ জোৰেৰে অহা প্রৱাহ
ಉದಾಹರಣೆ : পানীৰ লহৰবোৰ শিলত ঠেকা খাই আগুৱাই গৈ আছে
ಸಮಾನಾರ್ಥಕ : ধাৰ
ಅರ್ಥ : নদী, সাগৰ আদিৰ পানীভাগ লাহে-লাহে দূৰৰ পৰা ৰৈ ৰৈ ওপৰলৈ উঠি পুনৰ তললৈ নামি সমান্তৰালভাৱে সৃষ্টি কৰা এক ৰূপ
ಉದಾಹರಣೆ : সাগৰৰ ঢৌবোৰ শিলত খুন্দা খাই ওপৰলৈ উঠি গৈছে
ಸಮಾನಾರ್ಥಕ : উর্মি, কল্লোল, ঢৌ, তৰংগ, তৰঙ্গ, লহৰী, হিল্লোল
ಸ್ಥಾಪನೆ