ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ লগা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

লগা   ক্ৰিয়া

ಅರ್ಥ : লেকেটীয়া বস্তুৰে কোনো ঠাইৰ ওপৰত বস্তু লগোৱা কার্য

ಉದಾಹರಣೆ : তেওঁ ছবিবোৰ বেৰত লগালে

ಸಮಾನಾರ್ಥಕ : আঠা লগা, লেও দিয়া

ಅರ್ಥ : উদ্ভিদ আদিত ফল-ফুল লগা কার্য্য

ಉದಾಹರಣೆ : এই বছৰ আম গছত সোনকালে মল লাগিছে

ಅರ್ಥ : কার্য আদিত ৰত হোৱা

ಉದಾಹರಣೆ : ৰত্নাই দিনটো মিঠাই বনোৱাত লাগি আছে

ಸಮಾನಾರ್ಥಕ : ব্যস্ত হোৱা, লাগি থকা

ಅರ್ಥ : কোনো সঠিক ঠাইত গৈ উপনীত হোৱা

ಉದಾಹರಣೆ : নাওখন নদীৰ পাৰত গৈ লাগিল

ಅರ್ಥ : কোনো কামত অহা

ಉದಾಹರಣೆ : এই ঘৰটো সাজিবৰ কাৰণে এশ বেগ চিমেণ্ট লাগিল

ಸಮಾನಾರ್ಥಕ : খৰচ হোৱা

ಅರ್ಥ : অনুমানতকৈ বেছি প্রয়োজন হোৱা

ಉದಾಹರಣೆ : এই কামটোত বহুত টকা লাগিছে

ಅರ್ಥ : অনুমানৰ ভিত্তিত কিবা অনুভৱ কৰা

ಉದಾಹರಣೆ : মোৰ তেওঁ ্নাহিব যেন লাগিছে

ಸಮಾನಾರ್ಥಕ : গম পোৱা, ধাৰণা কৰা

ಅರ್ಥ : কোনো কামত লগা

ಉದಾಹರಣೆ : বিবাহ সম্পন্ন হোৱালৈকে মোহিত কামত লাগি থাকিল

ಸಮಾನಾರ್ಥಕ : ৰত হোৱা

ಅರ್ಥ : অনুভৱ হোৱা

ಉದಾಹರಣೆ : মোৰ বহুত ঠাণ্ডা লাগিছে

ಸಮಾನಾರ್ಥಕ : অনুভৱ হোৱা

ಅರ್ಥ : কোনো কামত দৃঢ়তাৰে লাগি থকা

ಉದಾಹರಣೆ : বিবাহ ওচৰ চপাৰ লগে-লগে পৰিয়ালবর্গই প্রস্তুতিত পূর্ণোদ্যমে লাগি গʼল

ಸಮಾನಾರ್ಥಕ : লাগি যোৱা

ಅರ್ಥ : কাৰোবাক আঘাত দিয়া

ಉದಾಹರಣೆ : তেওঁ ্মোক পেনৰ নিব লগালে

ಅರ್ಥ : আঘাত বা কষ্ট পোৱা

ಉದಾಹರಣೆ : তেওঁৰ ্ কথাই মোক বৰকৈ আঘাত কৰিলে খুঁটিটোত মোৰ ভৰিখন বৰ জোৰেৰে লাগিল

ಸಮಾನಾರ್ಥಕ : আঘাত কৰা

ಅರ್ಥ : সম্বন্ধত কিবা হোৱা

ಉದಾಹರಣೆ : মনোজদেৱ সম্বন্ধত মোৰ খুৰা লাগে

ಅರ್ಥ : উদ্ভিদৰ শিপাই মাটিত খামুচি ধৰা

ಉದಾಹರಣೆ : বাগিছাত ৰোপন কৰা দহজোপাৰ উদ্ভিদৰ ভিতৰত সাতজোপা লাগিছে

ಅರ್ಥ : কোনো ভাব অৱস্থা আদিৰ উৎপন্ন হোৱা

ಉದಾಹರಣೆ : আজিৰ ৰসজ্ঞ কবি সন্মিলনত বৰ আনন্দ লাগিল

লগা   বিশেষণ

ಅರ್ಥ : যি কোনো কামত লাগি আছে

ಉದಾಹರಣೆ : তেওঁ কৃষি কার্যত ্লাগি আছে

ಸಮಾನಾರ್ಥಕ : প্রবৃত্ত