ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ লক্ষ্য ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

লক্ষ্য   বিশেষ্য

ಅರ್ಥ : দেখা কার্য

ಉದಾಹರಣೆ : তেওঁক ্ চোৱাটো মোৰ বাবে জৰুৰী নহয়

ಸಮಾನಾರ್ಥಕ : অৱলোকন, চোৱা-, দর্শন, দৃষ্টিপাত, নেত্রপাত, বিলোকন

ಅರ್ಥ : গৈ পোৱা ঠাই বা যি ঠাইলৈ যাবলগীয়া আছে

ಉದಾಹರಣೆ : ৰঞ্জনে এতিয়াও নিজৰ গন্তব্য স্থানত গৈ পোৱাগৈ নাই

ಸಮಾನಾರ್ಥಕ : গন্তব্য, লক্ষ্য স্থান

ಅರ್ಥ : যাক লক্ষ্য হিচাপে লৈ কোনো কথা কোৱা হয়

ಉದಾಹರಣೆ : তেওঁ ্মোক কিয় লক্ষ্য কৰি কথাখিনি কʼলে !

ಸಮಾನಾರ್ಥಕ : নিচান

ಅರ್ಥ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ

ಉದಾಹರಣೆ : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?

ಸಮಾನಾರ್ಥಕ : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, মতলব, হেতু

ಅರ್ಥ : যাক ধ্যানত ৰাখি কোনো আঘাত বা প্রহাৰ কৰা হয়

ಉದಾಹರಣೆ : অর্জুনৰ ্বাণ সদায় লক্ষ্যত স্থিৰ আছিল

ಸಮಾನಾರ್ಥಕ : নিচান

ಅರ್ಥ : যাৰ ওপৰত কোনো উদ্দেশ্যৰে দৃষ্টি ৰখা হয় বা উদৃষ্ট পদার্থ ্বা কথা

ಉದಾಹರಣೆ : এই বছৰ ঘেঁহুৰ ্উৎপাদনৰ লক্ষ্য দহ লাখ টন ৰখা হৈছে