ಅರ್ಥ : সামান্য শাৰীৰিক অৱস্থা বা ক্রিয়াত ৰোগীৰ অনুভৱ হোৱা সেই পৰি্ৱর্তনবোৰ আৰু যিবোৰ কোনো কোনো ৰোগৰ সূচক হয়
ಉದಾಹರಣೆ :
টাইফয়ডৰ লক্ষণ যেন লাগিছে
ಸಮಾನಾರ್ಥಕ : ৰোগৰ লক্ষণ
ಅರ್ಥ : কোনো বস্তুৰ মাজত পোৱা বিশেষ কথা বা তত্ত্ব যাৰ দ্বাৰা তেনে বস্তু অন্য বস্তুতকৈ পৃথক বুলি গণ্য কৰা হয়
ಉದಾಹರಣೆ :
সকলো বস্তুৰে কিছুমান লক্ষণ থাকে
ಸಮಾನಾರ್ಥಕ : গুণ
ಅರ್ಥ : কোনো বিশেষ কামৰ আৰম্ভণিতে দেখা দিয়া শুভ বা অশুভ চিন
ಉದಾಹರಣೆ :
মহিলাৰ বাঁওচকু লৰিলে শুভ লক্ষণ হোৱাৰ বিপৰীতে পুৰুষৰ বাঁওচকু লৰিলে অশুভ লক্ষণ বুলি বিশ্বাস কৰা হয়
ಸಮಾನಾರ್ಥಕ : পূর্বাভাস