ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি সংখ্যা কোনো সংখ্যাৰ সৈতে যোগ কৰিব পৰা যায়
ಉದಾಹರಣೆ : যোজ্য সংখ্যাটোক তিনিটা বেলেগ-বেলেগ সংখ্যাৰে যোগ কৰা
ಸಮಾನಾರ್ಥಕ : যোজ্য
ಅರ್ಥ : যিয়ে যোৰা দিয়ে বা মিলায়
ಉದಾಹರಣೆ : এই দুয়োখন চহৰৰ মাজৰ এই পুলটো সংযোজক
ಸಮಾನಾರ್ಥಕ : সংযোজক, সমন্বয়ক
ಅರ್ಥ : দুটা বহল ভূখণ্ডক লগ লগোৱা ঠেক ভূখণ্ড, যাৰ দুয়োফালে পানী থাকে
ಉದಾಹರಣೆ : পানামা যোজকে উত্তৰ আৰু দক্ষিণ আমেৰিকাক সংযোগ কৰিছে
ಸಮಾನಾರ್ಥಕ : ভূমিসংকট, স্থলসংকট
ಅರ್ಥ : জোৰা লগোৱা বা মিলোৱা
ಉದಾಹರಣೆ : কিছুমান সমাসবদ্ধ শ্্ব্দৰ মাজত মধ্য সংযোজক চিহ্ন থাকে
ಸಮಾನಾರ್ಥಕ : সংযোগী, সংযোজক
ಅರ್ಥ : যিটো যোগ দিব বা প্রযুক্ত কৰিব পৰা যায়
ಉದಾಹರಣೆ : সকলো সংখ্যা কোনো নহয় কোনো সংখ্যাৰ সৈতে যোজ্য হয়
ಸ್ಥಾಪನೆ