ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি কোনো কাম কৰিবৰ বাবে সমর্থ
ಉದಾಹರಣೆ : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল
ಸಮಾನಾರ್ಥಕ : উচিত, উপযুক্ত, ঠিক, যথাযথ, যথার্থ, যথোচিত, যুগুত, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য
ಅರ್ಥ : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : উচিত, উপযুক্ত, ঠিক, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ
ಅರ್ಥ : মনত কোনো বেয়া ভাব বা কপটতা নৰখা
ಉದಾಹರಣೆ : গুণী ব্যক্তিয়ে সকলোতে সন্মান লাভ কৰে
ಸಮಾನಾರ್ಥಕ : অকপটীয়া, ঋজু, গুণী, সজ, সত্যাচাৰী, সদাচাৰী, সাধু, ৰিজু
ಅರ್ಥ : সকলো দৃষ্টিৰে সকলো ৰূপতে উচিত
ಉದಾಹರಣೆ : মন্ত্রী মহোদয় থাকিবৰ উপযুক্ত ব্যৱস্থা কৰি তোলা হৈছে
ಸಮಾನಾರ್ಥಕ : উচিত, উপযুক্ত, সমুচিত
ಅರ್ಥ : যেনে হোৱা উচিত তেনেধৰণৰ
ಉದಾಹರಣೆ : এই কথাটো মোৰ উচিত যেন লগা নাই
ಸಮಾನಾರ್ಥಕ : উচিত, উপযুক্ত, ঠিক, সঠিক
ಅರ್ಥ : কিবা পোৱা বা লোৱাৰ যোগ্য
ಉದಾಹರಣೆ : তেওঁ ্মাৰ খোৱাৰ যোগ্য
ಸಮಾನಾರ್ಥಕ : উপযুক্ত
ಸ್ಥಾಪನೆ