ಅರ್ಥ : গণিতত যুক্ত বা সংযোগ কৰা চিহ্ন
ಉದಾಹರಣೆ :
এই অংকৰ প্রশ্নটোত যোগ চিনৰ বিপৰীতে বিয়োগ চিন দিছে
ಸಮಾನಾರ್ಥಕ : যোগ চিন
ಅರ್ಥ : একতকৈ অধিক সংখ্যা লগ লগোৱা কার্য
ಉದಾಹರಣೆ :
মুঠ অংকটোৰ যোগ কিমান হʼল ?
ಅರ್ಥ : যোগশাস্ত্রত নির্দেশিত ইন্দ্রিয়ক দমন কৰিব পৰা কর্ম
ಉದಾಹರಣೆ :
তেওঁ প্রতিদিন যোগসাধনা কৰে
ಸಮಾನಾರ್ಥಕ : যোগসাধনা