ಅರ್ಥ : যুগোশ্লাভিয়াৰ অধিবাসী
ಉದಾಹರಣೆ :
যুগোশ্লাভিয়ান চোৰাংচোৱাজন আৰক্ষীৰ হাতত ধৰা পৰিল
ಸಮಾನಾರ್ಥಕ : যুগোশ্লাভিয়াবাসী
ಅರ್ಥ : যুগোশ্লাভিয়াৰ বা তাৰ সৈতে সম্পর্কযুক্ত
ಉದಾಹರಣೆ :
যুদ্ধত বহুতো যুগোশ্লাভিয়ান সৈনিক নিহত হʼল