ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বহুত বেছি সময়
ಉದಾಹರಣೆ : তেওঁৰ অপেক্ষাত মোৰ এযুগ পাৰ হৈ গʼল
ಅರ್ಥ : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়
ಉದಾಹರಣೆ : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???
ಸಮಾನಾರ್ಥಕ : কাল, দিন
ಅರ್ಥ : ইতিহাসৰ এনে এটা বৃহৎ সময়, যʼত প্রধানকৈ একে ধৰণৰ কাম, ঘটনা আদি হয়
ಉದಾಹರಣೆ : বৈষ্ণৱ যুগক অসমীয়া সাহিত্যৰ স্বর্ণ-যুগ বোলা হয়
ಸಮಾನಾರ್ಥಕ : কাল, সময়
ಸ್ಥಾಪನೆ