ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : মৌ-মাখিয়ে ফুলৰ পৰা সংগ্রহ কৰি মৌচাকত সঞ্চিত কৰা ফলৰ ৰসৰ দৰে মিঠা বস্তু
ಉದಾಹರಣೆ : মৌ বৰ উপকাৰী
ಸಮಾನಾರ್ಥಕ : মধু, মৌৰস
ಅರ್ಥ : ফুলৰ ৰস চুহি মৌ গোটোৱা এবিধ মাখিজাতীয় পতংগ
ಉದಾಹರಣೆ : এই গছজোপাত মৌ-মাখিৰ বিচনী আছে
ಸಮಾನಾರ್ಥಕ : পুষ্পলিহ, মধুকৰ, মধুপ, মধুপায়ী, মধুব্রত, মধুমক্ষিকা, মধুলিহ, মধুলেহ, মধুলেহী, মৌ-গুটি, মৌ-মাখি, মৌমাখি
ಸ್ಥಾಪನೆ