ಅರ್ಥ : সোণেৰে বনোৱা মুদ্রা
ಉದಾಹರಣೆ :
হৰপ্পাৰ খনন কার্যত কিছুমান সোণৰ মুদ্রা পোৱা গৈছিল
ಸಮಾನಾರ್ಥಕ : সোণৰ মুদ্রা, সোণৰ মোহৰ, স্বর্ণ মুদ্রা, স্বর্ণমুদ্রা
ಅರ್ಥ : সোণ বা ৰূপৰ মুদ্রা
ಉದಾಹರಣೆ :
বাদশ্বাহে পুৰস্কাৰ হিচাপে কবিক দুটা সোণৰ মোহৰ দিলে
ಅರ್ಥ : ধাতুৰ টুকুৰা আদিৰ সহায়ত ছাপ বহুৱাই মোহৰ বনোৱা কার্য
ಉದಾಹರಣೆ :
টাকশালত টকা-পইচাৰ ছাপ মৰা হয়