ಅರ್ಥ : সম্পূর্ণৰূপে মোহিত হোৱা কার্য
ಉದಾಹರಣೆ :
কৃষ্ণৰ বাঁহীৰ মাত শুনি গকুলবাসী মুগ্ধ হʼল
ಸಮಾನಾರ್ಥಕ : আকলুৱা হোৱা, মুগ্ধ হোৱা, লালায়িত হোৱা
ಅರ್ಥ : কাৰোবাৰ ৰূপ, গুণ আদিৰ কাৰণে তেওঁৰ ওপৰত সন্তুষ্ট, অনুৰক্ত বা মোহিত হোৱা
ಉದಾಹರಣೆ :
শ্যাম ৰাধাৰ সুন্দৰতাৰ প্রতি আসক্ত হৈছে মীৰা মোহনৰ প্রতি মোহিত হৈছে
ಸಮಾನಾರ್ಥಕ : আসক্ত হোৱা