ಅರ್ಥ : ৰঙীণ চীচা, শিল আদিৰ টুকুৰাৰে বনোৱা কলাত্মক সৃষ্টি
ಉದಾಹರಣೆ :
তাজমহলৰ ভিতৰৰ বেৰত মোজাইকৰ কাৰচাজি কৰা হয়
ಅರ್ಥ : ৰঙীণ ্কাঁচ, পাথৰ আদিৰ টুকুৰাত আকাৰ বনোৱা এবিধ কলা
ಉದಾಹರಣೆ :
তেওঁ ্মোজাইক নিজৰ ককাকৰ পৰা শিকিলে
ಅರ್ಥ : বিভিন্ন ৰঙৰ প্রস্তৰ, আইনা, চীনামাটিৰ টুকুৰা বা আন বস্তু খণ্ড খটাই অথবা পাতি প্রস্তুত কৰা চিত্র, নক্সা আদি
ಉದಾಹರಣೆ :
ভাৰতবর্ষত প্রস্তুত ্কৰা খচিত চিত্র বিশ্বপ্রসিদ্ধ
ಸಮಾನಾರ್ಥಕ : খচিত চিত্র