ಅರ್ಥ : ৰজা জনকৰ পুত্রী তথা ৰামৰ পত্নী
ಉದಾಹರಣೆ :
সীতা এগৰাকী ্আদর্শ পত্নী আছিল সীতাক জগত জননী জগদম্বাৰ ৰূপ বুলি ধৰা হয়
ಸಮಾನಾರ್ಥಕ : জনকনন্দিনী, জানকী, বৈদেহী, ভূপুত্রী, সীতা
ಅರ್ಥ : মিথিলা ক্ষেত্রৰ বা তাৰ লগত সম্বন্ধীয়
ಉದಾಹರಣೆ :
তেওঁ বৰ ধুনীয়া মৈথিলী লোকগীত গায়