ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : পিঠিৰ মাজত থকা দীঘল হাড়
ಉದಾಹರಣೆ : আমি সদায় মেৰুদণ্ড পোন কৰি ৰাখিব লাগে ৰাজহাড় পোন কৰি ৰাখিবলৈ পোন হৈ বহিব লাগে
ಸಮಾನಾರ್ಥಕ : পৃষ্ঠদণ্ড, পৃষ্ঠবংশ, ৰাজহাড়
ಅರ್ಥ : পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰু সংযোগ কৰা কাল্পনিক সৰল ৰেখা
ಉದಾಹರಣೆ : পৃথিৱীয়ে তাৰ নিজৰ মেৰুদণ্ডত ঘূৰে
ಸ್ಥಾಪನೆ