ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি
ಉದಾಹರಣೆ : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল
ಸಮಾನಾರ್ಥಕ : জ্ঞান, ধী, ধীশক্তি, বিবেক, বুদ্ধি, মতি, মনীষা
ಅರ್ಥ : মানুহে কোনো কামত অত্যধিক যোগ্যতাৰে কাম কৰি দেখুৱা এক বিশিষ্ট আৰু অসাধাৰণ মানসিক শক্তি বা গুণ
ಉದಾಹರಣೆ : স্বামী বিবেকানন্দ এক অসাধাৰণ প্রতিভা আছিল
ಸಮಾನಾರ್ಥಕ : প্রতিভা
ಅರ್ಥ : বুদ্ধিমান হোৱাৰ অৱস্থা বা ভাব
ಉದಾಹರಣೆ : তেওঁ নিজৰ বুদ্ধিমত্তাৰেহে এই কামটোত সফল হʼল
ಸಮಾನಾರ್ಥಕ : চতুৰতা, চাতুর্য, চাতুৰী, ধী, ধীশক্তি, বিচাৰ-বুদ্ধি, বুদ্ধি, বুদ্ধিমত্তা, বুধি, বুধি-সুধি, মতি
ಸ್ಥಾಪನೆ