ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : জুইশলা ভৰাই থোৱা সৰু আকাৰৰ বাকচ বিশেষ
ಉದಾಹರಣೆ : ধুপকাঠি জ্বলাবৰ কাৰণে আইতাই দিয়াচলাইৰ পৰা জুইশলা উলিয়াই আছে
ಸಮಾನಾರ್ಥಕ : জুইশলা, দিয়াচলাই, মেচ বক্স
ಅರ್ಥ : যি ঠাইৰ পৰা ৰাষ্টা কোনো দিশলৈ গতি কৰিছে
ಉದಾಹರಣೆ : আগৰ মেচটোৰ পৰা এই ৰাষ্টাটো সিধা সাগৰৰ পিনে গৈছে
ಸಮಾನಾರ್ಥಕ : মেৰ
ಅರ್ಥ : দুটা দল বা ভালেমান প্রতিযোগীয়ে প্রতিযোগিতাত অংশগ্রহণ কৰা খেল বিশেষ
ಉದಾಹರಣೆ : আমি ভাৰত আৰু শ্রীলংকা মেচ চাই আছোঁ
ಸ್ಥಾಪನೆ