ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ডিঙিত কেশৰ থকা মেকুৰী প্রজাতিৰ আটাইতকৈ বেছি বলবান হিংস্র বনৰীয়া জন্তু
ಉದಾಹರಣೆ : কবিয়ে এই কবিতাটোত শিৱাজীক সিংহৰ লগত তুলনা কৰিছে
ಸಮಾನಾರ್ಥಕ : কেশৰী, পশুৰাজ, মৃগপতি, মৃগেন্দ্র, সিংহ
ಅರ್ಥ : সিংহ জাতিৰ মতা
ಉದಾಹರಣೆ : সিংহৰ ডিঙিত দীঘল দীঘল কেশৰ থাকে
ಸಮಾನಾರ್ಥಕ : কেশৰী, পশুৰাজ, মতা সিংহ, মৃগপতি, মৃগেন্দ্র, সিংহ
ಸ್ಥಾಪನೆ