ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সূতা, ৰেচম আদিৰ গুচ্চ
ಉದಾಹರಣೆ : শিশুৰ কাৰণে চুৱেটাৰ গুঁঠিবলৈ কেই মুঠি ঊণ লাগিব
ಸಮಾನಾರ್ಥಕ : মুঠি
ಅರ್ಥ : কোনো বস্তু একেলগ কৰি মেৰিয়াই লোৱা বা একমুঠ কৰি লোৱা সংগ্রহ
ಉದಾಹರಣೆ : তেওঁ ্বজাৰ পৰা চাৰি মুঠা জুইশলা আনিলে
ಸಮಾನಾರ್ಥಕ : আটি, কোছা, পোলা
ಅರ್ಥ : একে ঠাইতে লাগি থকা বা বান্ধ খাই থকা সৰু বস্তুৰ সমূহ
ಉದಾಹರಣೆ : নাজানো চাবিৰ কোছাটো কʼতনো হেৰাল ?
ಸಮಾನಾರ್ಥಕ : কোছা, গুচ্ছ
ಸ್ಥಾಪನೆ