ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : মোহ বা ভ্রমত পৰা
ಉದಾಹರಣೆ : ভগৱানৰ মোহিনী ৰূপ দেখি নাৰদ মুনি মুগ্ধ হʼল
ಸಮಾನಾರ್ಥಕ : মোহাবিষ্ট, মোহিত
ಅರ್ಥ : যি কিহবাৰ প্রতি অত্যধিক অনুৰক্ত
ಉದಾಹರಣೆ : সংসাৰৰ বস্তুবোৰে মানুহৰ মনক আসক্ত কৰি ক্ষণিকৰ বাবেহে সুখ প্রদান কৰে
ಸಮಾನಾರ್ಥಕ : আসক্ত, মোহাবিষ্ট, মোহিত, ৰক্ত
ಸ್ಥಾಪನೆ