ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটো আৱশ্যক হয়
ಉದಾಹರಣೆ : আমাৰ শৰীৰটো পাঁচটা মুখ্য পদার্থৰে গঠিত
ಸಮಾನಾರ್ಥಕ : প্রধান, মূল
ಅರ್ಥ : সংগীতত স্বৰগ্রামৰ বা তাৰ লগত সম্বন্ধ থকা
ಉದಾಹರಣೆ : বাদকে মুখ্য ছাবিটো হেচি দিলে মুখ্য স্বৰগ্রাম
ಸಮಾನಾರ್ಥಕ : মেজৰ
ಅರ್ಥ : বাক্য ৰচনাৰ দৃষ্টিত যি পূর্ণ হয় আৰু যʼত অতি কমেও এটা কর্তা আৰু এটা ক্রিয়া থাকে
ಉದಾಹರಣೆ : যৌগিক বাক্যত এটা মুখ্য উপবাক্য থাকে
ಸಮಾನಾರ್ಥಕ : প্রধান
ಅರ್ಥ : যি কোনো ক্ষেত্রৰ প্রধান
ಉದಾಹರಣೆ : তেওঁ এই মণ্ডলৰ মুখ্য কার্যব্াহী
ಸಮಾನಾರ್ಥಕ : অগ্রগণ্য, অগ্রণী, প্রধান, প্রমুখ, শ্রেষ্ঠ
ಅರ್ಥ : সকলোতকৈ অধিক গুৰুত্বপূর্ণ ্বা যাক গুৰুত্ব দিয়া হয়
ಉದಾಹರಣೆ : মুখ্য তৰংগই গৌণ তৰংগতকৈ অধিক বেগেৰে গতি কৰে
ಸಮಾನಾರ್ಥಕ : প্রধান, প্রাথমিক
ಸ್ಥಾಪನೆ