ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : এক ঘণ্টাৰ ষাঠি ভাগৰ এভাগ বা ষাঠি ছেকেণ্ডৰ সময়
ಉದಾಹರಣೆ : আমি দহ মিনিট ধৰি আপোনাৰ অপেক্ষা কৰি আছোঁ
ಅರ್ಥ : এক মিনিটত যিমান দূৰ যোৱা হয়, সিমান
ಉದಾಹರಣೆ : ইয়াৰ পৰা মোৰ ঘৰলৈ দহ মিনিটৰ বাট
ಅರ್ಥ : অনিশ্চিত কম সময়
ಉದಾಹರಣೆ : আপুনি এখন্তেক ৰওক মই এক চেকেণ্ডত আহিম
ಸಮಾನಾರ್ಥಕ : ক্ষণ, খন্তেক, চেকেণ্ড
ಸ್ಥಾಪನೆ