ಅರ್ಥ : মিনাৰৰ ওপৰৰ ভাগ অথবা কোনো অট্টালিকাৰ ওপৰত সজা মিনাৰ
ಉದಾಹರಣೆ :
বুৰুজৰ ওপৰত উৰি থকা পতাকাখন দূৰৰ পৰাই দেখা পোৱা যায়
ಸಮಾನಾರ್ಥಕ : বুৰুজ
ಅರ್ಥ : কোনো ভৱনৰ লগত সংলগ্ন হৈ থকা বা অকলে থিয় হৈ থকা মানুহে নি্র্মাণ কৰা এক অৱয়ব, যাৰ উচ্চতা তাৰ ব্যাসতকৈ বেছি
ಉದಾಹರಣೆ :
মিনাৰৰ ভিতৰত হায়দৰাবাদৰ চাৰমিনাৰ প্রসিদ্ধ
ಸಮಾನಾರ್ಥಕ : স্তম্ভ