ಅರ್ಥ : নম্রভাৱে কাৰোবাক কিবা কোৱা:মোক ঘৰলৈ যাবলৈ দিবৰ কাৰণে আপোনাক অনুৰোধ কৰিছো
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অনুৰোধ কৰা, নিবেদন কৰা, প্রার্থ্্না কৰা
ಅರ್ಥ : কৰুণ স্বৰেৰে প্রার্থ্্না কৰা
ಉದಾಹರಣೆ :
চাকৰটোৱে নিজৰ দীন-হীন অৱস্থাৰ কাৰণে মালিকৰ ওচৰত কাকূতি কৰিছিল
ಸಮಾನಾರ್ಥಕ : কাকূতি কৰা, কাকূতি-মিনতি কৰা, কাবৌ-কোকালি কৰা