ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটো সত্য নহয়
ಉದಾಹರಣೆ : মিছা কথা কোৱা পাপ
ಸಮಾನಾರ್ಥಕ : অনৃত, অপ্রকৃত, অসত্য, ফাঁকি, ফাকতি, ফাকি-ফুকা, মিছা
ಅರ್ಥ : যি সত্যৰ ওপৰত আধাৰিত নহয়
ಉದಾಹರಣೆ : সাক্ষীৰ মিছা জবানবন্দীত নি্র্দোষীজনৰ ্ ফাঁচী হʼল
ಸಮಾನಾರ್ಥಕ : অপ্রকৃত, অসত্য, আসৈ, ঝুট, ঝুঠা, ফাকি, মিছা
ಅರ್ಥ : যাৰ কোনো উচিত বা সঠিক আধাৰ নাই
ಉದಾಹರಣೆ : মানুহৰ নিজৰ বিষয়ে মিছা অহংকাৰ থাকে
ಸಮಾನಾರ್ಥಕ : মিছা
ಸ್ಥಾಪನೆ