ಅರ್ಥ : যি যন্ত্রৰ দ্বাৰা ঘৰলৈ অহা পানী জোখা হয়
ಉದಾಹರಣೆ :
টেংকীটোৰ মিটাৰটো বেয়া গৈ গʼল
ಅರ್ಥ : দৈর্ঘ্য জোখাৰ এক মাপ
ಉದಾಹರಣೆ :
কুর্তা চিলাবৰ কাৰণে আঢ়ৈ মিটাৰ কাপোৰ লাগিব
ಅರ್ಥ : ঘৰ বা কাৰখানা আদিত ব্যয় হোৱা বিজুলী জুখিব কাৰণে ব্যৱহাৰ কৰা যন্ত্রবিশেষ
ಉದಾಹರಣೆ :
মোৰ ঘৰত দুটা মিটাৰ লগোৱা আছে
ಅರ್ಥ : যি যন্ত্রৰ সহায়ত গতিশীল বস্তুৰ গতি জোখা হয়
ಉದಾಹರಣೆ :
এই গাড়ীখনৰ মিটাৰটোৱে কাম কৰা নাই
ಸಮಾನಾರ್ಥಕ : গতিমাপক, স্পীডোমিটাৰ