ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : খ্রীষ্ট্ধর্মৰ ্প্রচাৰৰ কাৰণে বিভিন্ন ঠাইলৈ যোৱা মিছনৰ সদস্য
ಉದಾಹರಣೆ : ভালেমান মিছনাৰীৰ ওপৰত বলপূর্বক ধর্মান্তৰিত কৰাৰ অভিযোগ উত্থাপন হৈছে
ಸಮಾನಾರ್ಥಕ : মিচনাৰী, মিছনাৰী
ಅರ್ಥ : খ্রীষ্ট ্ধর্মৰ ্প্রচাৰ কৰা সংস্থা বিশেষ
ಉದಾಹರಣೆ : মিছনৰ বিচাৰ ধাৰাৰে প্রভাৱিত হৈ তেওঁ খ্রীষ্টান ধর্ম গ্রহণ কৰিলে
ಸಮಾನಾರ್ಥಕ : মিচন, মিচনাৰী, মিচনেৰী, মিছন, মিছনাৰী
ಅರ್ಥ : মিছন সম্বন্ধীয়
ಉದಾಹರಣೆ : তেওঁ মিছনাৰী উদ্দেশ্য পূৰণ কৰিবলৈ বহুত কষ্ট কৰি আছে
ಸ್ಥಾಪನೆ