ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ মিছনাৰী ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

মিছনাৰী   বিশেষ্য

ಅರ್ಥ : খ্রীষ্ট্ধর্মৰ ্প্রচাৰৰ কাৰণে বিভিন্ন ঠাইলৈ যোৱা মিছনৰ সদস্য

ಉದಾಹರಣೆ : ভালেমান মিছনাৰীৰ ওপৰত বলপূর্বক ধর্মান্তৰিত কৰাৰ অভিযোগ উত্থাপন হৈছে

ಸಮಾನಾರ್ಥಕ : মিচনাৰী, মিছনেৰী

ಅರ್ಥ : খ্রীষ্ট ্ধর্মৰ ্প্রচাৰ কৰা সংস্থা বিশেষ

ಉದಾಹರಣೆ : মিছনৰ বিচাৰ ধাৰাৰে প্রভাৱিত হৈ তেওঁ খ্রীষ্টান ধর্ম গ্রহণ কৰিলে

ಸಮಾನಾರ್ಥಕ : মিচন, মিচনাৰী, মিচনেৰী, মিছন, মিছনেৰী

মিছনাৰী   বিশেষণ

ಅರ್ಥ : মিছন সম্বন্ধীয়

ಉದಾಹರಣೆ : তেওঁ মিছনাৰী উদ্দেশ্য পূৰণ কৰিবলৈ বহুত কষ্ট কৰি আছে

ಸಮಾನಾರ್ಥಕ : মিচনাৰী, মিছনেৰী