ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ মাৰাঠী ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

মাৰাঠী   বিশেষ্য

ಅರ್ಥ : ভাৰতবর্ষৰ ্মহাৰাষ্ট্র ৰাজ্যৰ ভাষা

ಉದಾಹರಣೆ : ভালেমান বছৰ ধৰি মুম্বাইত থকাৰ কাৰণে তেওঁ ্মাৰাঠীটো কথা পাতিব পাৰে

ಸಮಾನಾರ್ಥಕ : মাৰাঠী ভাষা

ಅರ್ಥ : ভাৰতবর্ষৰ ্মহাৰাষ্ট্র ৰাজ্যৰ নিবাসী

ಉದಾಹರಣೆ : কেইবাজনো মাৰাঠী মোৰ ভাল বন্ধু

ಸಮಾನಾರ್ಥಕ : মহাৰাষ্ট্রী

মাৰাঠী   বিশেষণ

ಅರ್ಥ : মহাৰাষ্ট্রত থকা বা বসতি কৰা

ಉದಾಹರಣೆ : সন্ত টুকাৰামৰ মাৰাঠী জনসাধাৰণৰ ওপৰত বিশেষ ধৰণৰ প্রভাৱ আছে

ಸಮಾನಾರ್ಥಕ : মহাৰাষ্ট্রী

ಅರ್ಥ : যাৰ মাতৃভাষা মাৰাঠী

ಉದಾಹರಣೆ : তাত্যাপাৰাত মাৰাঠী লোকৰ সংখ্যাগৰিষ্ঠতা আছে

ಅರ್ಥ : মাৰাঠী ভাষাৰ সৈতে সম্বন্ধ থকা

ಉದಾಹರಣೆ : মাৰাঠী সাহিত্য বহু বিকশিত আৰু উন্নত

ಅರ್ಥ : মহাৰাষ্ট্রৰ সৈতে সম্বন্ধ থকা বা মহাৰাষ্ট্রৰ

ಉದಾಹರಣೆ : নেতাগৰাকীয়ে পৰম্পৰাগত মাৰাঠী বেশ-ভূষা পৰিধান কৰি মঞ্চত উঠিলে