ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যৌৱনাৰম্ভৰ পৰা আৰম্ভ কৰি ৰজোনিবৃত্তিলৈকে চলা মহিলাসকলৰ এক প্রক্রিয়া
ಉದಾಹರಣೆ : মাহেকীয়াৰ সময়ত মহিলাসকলে বিশেষধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত
ಸಮಾನಾರ್ಥಕ : ঋতুস্রাব, মাসিক
ಅರ್ಥ : স্ত্রীৰ জননেন্দ্রিয়ৰ পৰা প্রতি মাহৰ তিনি চাৰি দিনলৈকে ৰক্ত আদি
ಉದಾಹರಣೆ : ঋতুস্রাৱৰ সময়ত বেছিভাগ মহিলাৰে সমস্যাই দেখা দিয়ে
ಸಮಾನಾರ್ಥಕ : ঋতু, ঋতুস্রাৱ, নোৱাৰা হোৱা-, পুষ্পিতা, ৰজঃ, ৰজস্বলা
ಅರ್ಥ : প্রত্যেক মাহত এবাৰ বা মাহে মাহে হোৱা
ಉದಾಹರಣೆ : এই মন্দিৰটোত মাহেকীয়া ৰামকথাৰ আয়োজন কৰা হয়
ಸ್ಥಾಪನೆ