ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : এটা সময়ৰ পৰা আৰম্ভ কৰি ত্রিশ দিনৰ সময়
ಉದಾಹರಣೆ : এমাহত এই কামটো হৈ যাব
ಸಮಾನಾರ್ಥಕ : দুইপক্ষ, মাহ
ಅರ್ಥ : নির্দিষ্ট নাম থকা আৰু প্রায় ত্রিশ দিনীয়া বছৰৰ বাৰটা ভাগৰ ভাগবোৰ
ಉದಾಹರಣೆ : তেওঁ ্ অহা মাহৰ বাৰ তাৰিখে আহিব
ಸಮಾನಾರ್ಥಕ : ত্রিশ দিন, মাহ
ಅರ್ಥ : খাদ্য হিচাপে খোৱা পশু-পক্ষী, মাছ আদিৰ দেহাংশ
ಉದಾಹರಣೆ : তেওঁ ্ দোকানৰ পৰা দুই কিলো মাংস কিনিলে
ಸಮಾನಾರ್ಥಕ : মঙহ, মাংস
ಅರ್ಥ : শৰীৰৰ হাড় আৰু ছালৰ মাজৰ কোমল-লেউসেউ পদার্থ
ಉದಾಹರಣೆ : মঙহাল শৰীৰত মাংস বেছি পৰিমাণে থাকে
ಸ್ಥಾಪನೆ