ಅರ್ಥ : কাঁচ, মাটি আদিৰে তৈয়াৰী সৰু গোলাকাৰ খেলৰ সামগ্রী, যিটো সৰু লʼৰা-ছোৱালীয়ে খেলি ভাল পায়
ಉದಾಹರಣೆ :
সৰু লʼৰা-ছোৱালীবোৰে মার্বল খেলি আছে
ಸಮಾನಾರ್ಥಕ : বিৰিংগুটি
ಅರ್ಥ : এবিধ খুউব উজ্জ্বল, ধুনীয়া বগা পাথৰ
ಉದಾಹರಣೆ :
তাজমহল মার্বল ্ পাথৰেৰে নির্মিত
ಸಮಾನಾರ್ಥಕ : মর্মৰ প্রস্তৰ, মার্বল ্পাথৰ