ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বস্তু জোখ বা মাপলোৱা কাম
ಉದಾಹರಣೆ : খেতিডৰাৰ ভাগ-বাটোৱাৰা কৰাৰ কাৰণে তাৰ জোখমাপ কৰা হʼল
ಸಮಾನಾರ್ಥಕ : জোখ-মাপ, জোখমাপ
ಅರ್ಥ : যি উপকৰণৰ দ্বাৰা কিবা বস্তু জোখা হয়
ಉದಾಹರಣೆ : এইটো এক লিটাৰৰ মাপক
ಸಮಾನಾರ್ಥಕ : মাপক, মাপক উপকৰণ
ಅರ್ಥ : ভৰ, আয়তন আদি জোখা একক
ಉದಾಹರಣೆ : ভৰ আৰু আয়তন জোখা মাপক বেলেগ-বেলেগ থাকে
ಸಮಾನಾರ್ಥಕ : মাপক
ಅರ್ಥ : জোখ-মাপ কৰা কার্য
ಉದಾಹರಣೆ : মণ্ডলজনে মাপ লোৱাৰ পিছত কার্যালয়লৈ গুচি গʼল
ಸಮಾನಾರ್ಥಕ : জোখমাপ, নাপ
ಅರ್ಥ : কোনো বস্তুৰ দীঘ, প্রস্থ, উচ্চতা আদি যাক কোনো নির্দিষ্ট দৈর্ঘ্যৰ আধাৰত তুলনা কৰা হয়
ಉದಾಹರಣೆ : সোহনৰ কঁ্কালৰ জোখ ত্রিশ ইঞ্চি
ಸಮಾನಾರ್ಥಕ : জোখ, জোখ-মাখ, পৰিমাপ
ಸ್ಥಾಪನೆ