ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : পৃথিৱীৰ একেবাৰে ওপৰৰ ভাগ
ಉದಾಹರಣೆ : সম্পূর্ণ ধৰ্াতল জল আৰু স্থল এই দুই ভাগত বিভক্ত
ಸಮಾನಾರ್ಥಕ : ধৰাতল, ভূ-তল, ভূ-পৃষ্ঠ, ভূ-ভাগ, স্থলভাগ
ಅರ್ಥ : পৃথিৱীৰ উপৰিভাগত আৰু অন্য ভাগ তথা সকলো ঠাইতে পোৱা যোৱা পদার্থ
ಉದಾಹರಣೆ : ইয়াৰ মাটি বৰ ভাল
ಸಮಾನಾರ್ಥಕ : ভূমি, মৃত্তিকা, মৃৎ
ಅರ್ಥ : পানী নথকা ভূমি ভাগ
ಉದಾಹರಣೆ : পৃথিৱীৰ তিনিভাগৰ এক অংশ স্থল ভাগেৰে আৱৰা
ಸಮಾನಾರ್ಥಕ : থল, ভূ-খণ্ড, ভূ-পৃষ্ঠ, স্থল, স্থলভূমি
ಸ್ಥಾಪನೆ