ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : প্রায় সকলো ঠাইতে পোৱা উৰিব পৰা এবিধ সৰু পতঙ্গ
ಉದಾಹರಣೆ : চাফ-চিকুণ নোহোৱাৰ কাৰণে গোটেই ঘৰখনত মাখিয়ে ভেন-ভেনাই আছে
ಸಮಾನಾರ್ಥಕ : মক্ষিকা
ಅರ್ಥ : যিকোনো বস্তুত সাধাৰণতে উৰি আহি পৰা এবিধ কʼলা বৰণীয়া দুখন পাখি থকা পতঙ্গ!
ಉದಾಹರಣೆ : গোবৰত মাখিবোৰে ভুনভুনাই আছে
ಸಮಾನಾರ್ಥಕ : মক্ষিকা, মক্ষী
ಸ್ಥಾಪನೆ