ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ৰজাৰ প্রধান পত্নী
ಉದಾಹರಣೆ : মন্দোদৰী লংকাধিপতি ৰাবণৰ মহাৰাণী আছিল
ಸಮಾನಾರ್ಥಕ : পাটৰাণী, ৰাজমহিষী
ಅರ್ಥ : ৰজাৰ পত্নী
ಉದಾಹರಣೆ : ৰজা দশৰথৰ তিনিগৰাকী পত্নী আছিল
ಸಮಾನಾರ್ಥಕ : চুলতানা, পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, বেগম, মহাদৈ, মহিষী, মাদৈ, সম্রাজ্ঞী, ৰাজ-ৰাজেশ্বৰী, ৰাজ্ঞী, ৰাজৰাণী, ৰাণী
ಅರ್ಥ : কোনো ঠাই বা দেশৰ মুখ্য মহিলা শাসক:ৰাজিয়া চুলতানা, লক্ষ্মী বাই আদি ৰাণীসকলে নিজৰ পৰাক্রমেৰে শত্রুৰ সৈতে সমানে যুঁজিছিল
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, বেগম, মহাদৈ, মাদৈ, ৰাণী
ಅರ್ಥ : * কোনো বিশেষ খেলৰ ক্ষেত্রত শী্র্ষত ্ বা সকলোতকৈ ওপৰত থকা খেলুৱৈ
ಉದಾಹರಣೆ : ফেডাৰাৰ টেনিচৰ সম্রাট চানিয়াও কেতিয়াবা টেনিচৰ ৰাণী হৈ যাব পাৰে
ಸಮಾನಾರ್ಥಕ : ওজা, বাদশ্বাহ, মহাৰজা, সম্রাজ্ঞী, সম্রাট, ৰজা, ৰাণী
ಸ್ಥಾಪನೆ