ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ মহাৰাজ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

মহাৰাজ   বিশেষ্য

ಅರ್ಥ : ব্রাহ্মণ, গুৰু আদিৰ কাৰণে আদৰসূচক সম্বোধন

ಉದಾಹರಣೆ : এই মহাৰাজে নিজৰ ভোজন স্বয়ং বনায়

ಅರ್ಥ : যি ৰজাৰ ৰাজ্য দূৰ দূৰলৈ প্রসাৰিত হৈ থাকে

ಉದಾಹರಣೆ : দশৰথ এজন চক্রৱর্তী ৰজা আছিল

ಸಮಾನಾರ್ಥಕ : চক্রৱর্তী ৰজা

ಅರ್ಥ : ডাঙৰ হিন্দু ৰজা

ಉದಾಹರಣೆ : এজন মহাৰজাৰ অধীনত ভালেমান ৰজা থাকিব পাৰে

ಸಮಾನಾರ್ಥಕ : অধীশ্বৰ, মহাৰজা, ৰাজেশ্বৰ

ಅರ್ಥ : কোনো দেশ বা জাতিৰ প্রধান শাসক বা পতি:ত্রেতা যুগত শ্রীৰাম অযোধ্যাৰ ৰজা আছিল

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : অধিপতি, অধিৰাজ, অধীশ্বৰ, ক্ষিতিনাথ, ক্ষিতিপতি, ক্ষিতিপাল, ক্ষিতীশ, চক্রৱর্ত্তী, জাহাপনা, নৃপ, নৃপতি, নৰদেৱ, নৰপতি, নৰাধিপ, নৰেন্দ্র, নৰেশ, প্রজানাথ, প্রজাপালক, বাদশ্বাহ, ভূপ, ভূপতি, মহাৰজা, স্বর্গদেউ, ৰজা, ৰাজচক্রৱর্ত্তী