ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ মহাৰজা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

মহাৰজা   বিশেষ্য

ಅರ್ಥ : ডাঙৰ হিন্দু ৰজা

ಉದಾಹರಣೆ : এজন মহাৰজাৰ অধীনত ভালেমান ৰজা থাকিব পাৰে

ಸಮಾನಾರ್ಥಕ : অধীশ্বৰ, মহাৰাজ, ৰাজেশ্বৰ

ಅರ್ಥ : কোনো দেশ বা জাতিৰ প্রধান শাসক বা পতি:ত্রেতা যুগত শ্রীৰাম অযোধ্যাৰ ৰজা আছিল

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : অধিপতি, অধিৰাজ, অধীশ্বৰ, ক্ষিতিনাথ, ক্ষিতিপতি, ক্ষিতিপাল, ক্ষিতীশ, চক্রৱর্ত্তী, জাহাপনা, নৃপ, নৃপতি, নৰদেৱ, নৰপতি, নৰাধিপ, নৰেন্দ্র, নৰেশ, প্রজানাথ, প্রজাপালক, বাদশ্বাহ, ভূপ, ভূপতি, মহাৰাজ, স্বর্গদেউ, ৰজা, ৰাজচক্রৱর্ত্তী

ಅರ್ಥ : * কোনো বিশেষ খেলৰ ক্ষেত্রত শী্র্ষত ্ বা সকলোতকৈ ওপৰত থকা খেলুৱৈ

ಉದಾಹರಣೆ : ফেডাৰাৰ টেনিচৰ সম্রাট চানিয়াও কেতিয়াবা টেনিচৰ ৰাণী হৈ যাব পাৰে

ಸಮಾನಾರ್ಥಕ : ওজা, বাদশ্বাহ, মহাৰাণী, সম্রাজ্ঞী, সম্রাট, ৰজা, ৰাণী